About the book:
এই কাহিনীৰ প্ৰথম অংশ সম্পূর্ণ কাল্পনিক,কিন্তু পিছৰ অংশ সম্পূর্ণ সত্য ঘটনাৰ আধাৰত লিখা হৈছে.. কেইবছৰমান আগতে বৰ ৰঙীন প্ৰেম কাহিনী এটা কল্পনাৰ হাজাৰ হাজাৰ শব্দৰে লিখাৰ হাবিয়াস আছিল।কিন্তু সময়ৰ নাটনিৰ বাবে দুটামান পৃষ্ঠা লিখা হোৱাৰ পিছত তেনেকৈয়ে ৰৈ থাকিল..কিছুবছৰৰ পিছত মোৰ নিজৰ জীৱনলৈ প্ৰেম আহিল আৰু সেই প্ৰেমেই মোক এবছৰতে এসোপামান সপোন দেখুৱাই মই গম নোপোৱাকৈয়ে মোক ঠগাই যোৱাত মই সেই আগৰ কাহিনীটোৰ কাল্পনিকতাৰ পিছত মোৰ প্ৰকৃত বাস্তৱখিনি লগাই শেষত নভবাকৈ বা কোনোবাক নিচিনাকৈ প্ৰেমত পৰা ভুল বুলি দেখাব চেষ্টা কৰিছো… আৰু কাহিনীটো যিমান পাৰোঁ সিমান চুটি কৰিব চেষ্টা কৰিছো,কাৰণ এনেদৰে লিখা এইটো মোৰ প্ৰথম প্ৰয়াস। কোনো কাৰণতে যাতে পাঠক বিৰক্ত নহয় আৰু একেবাৰতেই কম সময়তে যাতে সম্পূর্ণকৈ পঢ়িব পাৰে সেইখিনি মগজুত ৰাখি লিখি উলিওৱা হৈছে….
ধন্যবাদ অবিনাশ কলিতা

Dew's night jasmine: from colourful fantasies to harsh realities
18Dew's night jasmine: from colourful fantasies to harsh realities
18Product Details
ISBN-13: | 9789356102675 |
---|---|
Publisher: | Pencil |
Publication date: | 02/15/2022 |
Sold by: | PUBLISHDRIVE KFT |
Format: | eBook |
Pages: | 18 |
File size: | 8 MB |
Language: | Assamese |