প্ৰেম ,ভালপোৱা আৰু ত্যাগ উপন্যাসিকাৰ মুল উপজিব্য |
উপন্যাসৰ নায়ক এগৰাকী কৰ্তব্য পৰায়ন সৈনীক | ফুলশয্যাৰ পিচ নিশাতে কৰ্তব্যৰ আমিহ্বানত ৰণলৈ উভতিব লগা হল
নায়িকায়ো স্বামীক হাহিঁমুখে বিদায় দিলে | ৰণাঙ্গনত স্বামী নিখোজ |
অৱশেষত কোনো এক প্ৰশিক্ষাৰ্থীয়ে নায়কৰ মৃত্যু বাতৰি নিশ্চিত কৰিলে | সাজেৰে উকা কপাল খন দেখিলেও আপুনি হয়তো তাইৰ বুকুৰ মাজত সংগোপনে সাচি ৰখা বেদনাৰ অতলান্ত সাগৰখন দেখা নেপাব |
থুলমুল ভাৱে এয়াই ক্ৰন্দসী দিগন্ত |

krandasi diganta
krandasi diganta
Product Details
BN ID: | 2940164085278 |
---|---|
Publisher: | Ripan kumar Das |
Publication date: | 01/16/2020 |
Sold by: | Smashwords |
Format: | eBook |
File size: | 209 KB |
Language: | Assamese |