THE WINGS OF EMPTY HEART

THE WINGS OF EMPTY HEART

by ABHIGYAN MRITUL
THE WINGS OF EMPTY HEART

THE WINGS OF EMPTY HEART

by ABHIGYAN MRITUL

eBook

$6.98 

Available on Compatible NOOK Devices and the free NOOK Apps.
WANT A NOOK?  Explore Now

Related collections and offers

LEND ME® See Details

Overview

About the book:
"উকা হৃদয়ৰ ডেউকা" এখন অকল কিতাপেই নহয়। এইখন হ'ল মোৰ মনত বিচৰণ কৰি ফুৰা চিন্তাৰ সমষ্টি। নানান সময়ত নানান চিন্তাই হৃদয় খন চুই যায়। বেছি চিন্তা নকৰি এটা প্ৰেম কাহিনীৰ আঁত ধৰি লিখোঁতে লিখোঁতে কেতিয়া এখন কিতাপৰ ৰূপ ল'লে গমকে নাপালো । এতিয়া আহিল মনৰ কথা। যিমানেই নহঁওক কিয় পঢ়ুৱৈ নাথাকিলে এগৰাকী লেখক অথবা এগৰাকী লেখিকা কেতিয়াও সফল হৱ নোৱাৰে । মোৰ বন্ধুৱৰ্গ তথা পৰিয়ালৰ উৎসাহ আৰু মৰমৰ ফলত এই খন কিতাপ আজি প্ৰকাশৰ পথত । সদৌ শেষত এই খন মোৰ প্ৰথম কিতাপ । গতিকে ভুল হোৱাটো স্বাভাৱিক কথা । মোৰ ভুল-ভ্ৰান্তি বোৰ আঙুলিয়াই দিয়াৰ আশাৰে সকলোকে অজস্ৰ প্ৰণাম জনালোঁ ।


Product Details

ISBN-13: 9789356101609
Publisher: Pencil
Publication date: 02/02/2022
Sold by: PUBLISHDRIVE KFT
Format: eBook
Pages: 299
File size: 5 MB
Language: Assamese
From the B&N Reads Blog

Customer Reviews