?????????? ????????: Assamese Edition of The Healer Cat

?????????? ????????: Assamese Edition of The Healer Cat

?????????? ????????: Assamese Edition of The Healer Cat

?????????? ????????: Assamese Edition of The Healer Cat

Hardcover

$28.50 
  • SHIP THIS ITEM
    Qualifies for Free Shipping
  • PICK UP IN STORE
    Check Availability at Nearby Stores

Related collections and offers


Overview

Celesse, the healer cat, is a highly respected member of the neighborhood. As the mistress’s favorite cat, she spends lazy days in the warmth of the house.

One snowy night a mother hare rushes in, desperate for help. Reluctantly, the healer cat travels with her through a nighttime snowstorm and biting cold winds. In a dark forest, Celesse comes face-to-face with a scary surprise and is forced to gather her powers for the first time in a while.

---

ছেলিছ নামৰ আৰোগ্যকাৰী মেকুৰীটো তাইৰ স্বাভাৱিক গুণৰ বাবে চুবুৰীটোৰ অতি আদৰৰ সদস্য হৈ উঠিছিল৷ গৰাকীনিৰ প্ৰিয় হোৱা বাবে তাইৰ জিৰণিৰ দিনকেইটা ঘৰৰ ভিতৰৰ উম লৈ আৰামত কটাই আছিল৷

কিন্তু তেনে এক সময়তে সহায় বিচাৰি এটি মাতৃ শহাপহু ধুমুহা গতিৰে ভিতৰলৈ সোমাই আহিল৷ তাইৰ আকোৰগজালিত হাৰ মানি, অনিচ্ছাস্বত্বেও আৰোগ্যকাৰী মেকুৰীটো নিশাৰ বৰফাবৃত ৰাস্তা আৰু হিমশীতল ধুমুহাৰ মাজেৰে তাইৰ লগত যাবলৈ মান্তি হ’ল৷ গভীৰ অৰণ্যৰ মাজত ছেলিছ এক ভয়ানক বিস্ময়ৰ মুখা-মুখি হ’ল আৰু নিজৰ সমগ্ৰ শক্তি গোটাই লবলৈ বাধ্য হ’ল৷

যেতিয়া দীঘল ৰাতিটো আৰু সফল যাত্ৰাটোৰ অন্ত পৰিছিল, তেতিয়া সূর্য্যৰ উত্তাপে কেৱল হিমাবৃত অৰণ্যই নহয় বৰং আৰোগ্যকাৰী মেকুৰীটোৰ অন্তৰো উমাল কৰি পেলাইছিল৷


Product Details

ISBN-13: 9789523571631
Publisher: Wickwick Ltd
Publication date: 08/11/2019
Pages: 46
Product dimensions: 8.00(w) x 10.00(h) x 0.25(d)
Language: Assamese
Age Range: 6 - 9 Years
From the B&N Reads Blog

Customer Reviews